Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
জু-ৰোড তিনিআলিত নিৰ্মাণ হ’ব দুই লেনযুক্ত উৰণীয়া সেতু।
জু-ৰোড তিনিআলিত নিৰ্মাণ হ’ব দুই লেনযুক্ত উৰণীয়া সেতু।মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনাই শুভাৰম্ভ কৰা হ’ল নিৰ্মাণকাৰ্যৰ কাম।৭৮.৯৩ কোটি টকা ধাৰ্য কৰা হৈছে উৰণীয়া সেতুৰ বাবে।১৮ মাহত ৫৮০ মিটাৰ দৈঘ্য়ৰ ফ্লাই অভাৰ খনৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য়ৰে আৰম্ভ কৰিব নিৰ্মাণৰ কাম।নিতৌ হৈ থকা যান-যঁতৰ পৰা পৰিত্ৰান পাবৰ বাবে নিৰ্মাণ কৰা হৈছে দুই লেনযুক্ত উৰণীয়া সেতুখন।