
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ক’ভিড পজিটিভ।এই কথা টুইটযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।লগতে ইয়াকো জনায় যে তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিক ক’ভিড টেষ্ট কৰিবলৈ অনুৰোধ জনায়।মুখ্য়মন্ত্ৰীগৰাকী OMICRONৰ দ্বাৰা সংক্ৰমিত হৈছে নে নাই বৰ্তমানেও এই কথা স্পষ্ট হোৱা নাই।