skip to Main Content

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ স্পষ্টীকৰণ

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ স্পষ্টীকৰণ। লখিমপুৰৰ খেৰীৰ ঘটনাৰ বুজ ল’বলৈ যোৱাৰ সময়ত গ্ৰেপ্তাৰ হোৱা সন্দৰ্ভত স্পষ্টীকৰণ প্ৰিয়ংকা গান্ধীৰ। কোনোধৰণৰ জাননী নিদিয়াকৈ অবৈধভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ।

Back To Top