বিহাৰত পতনৰ দিশত বিজেপি-জেডিইউ চৰকাৰ। জেডিইউ'ৰ নেতাকৰ্মীসকলে বিজেপিৰ সৈতে চৰকাৰ চলোৱাত অমান্তি কৰিছে। ইতিমধ্যে বিহাৰৰ…
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটৰ ১০টা বৃহৎ ঘোষণা।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট।বাজেটত দাখিল কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।তাৰ ভিতৰত উল্লেখযোগ্য-৮০ লাখ দৰিদ্ৰই লাভ কৰিব চৰকাৰী ঘৰ।ঘৰে ঘৰে যোগান ধৰা হ’ব পানী।নল-জল যোজনাৰ অধীনত পানী যোগানৰ লক্ষ্য।কেন্দ্ৰই ধাৰ্য কৰিলে ৬০ হাজাৰ কোটি টকা।এইবছৰতে আৰম্ভ হ’ব 5G সেৱা।প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীলৈ আঞ্চলিক ভাষাত পাঠদান আগবঢ়োৱাৰ সিদ্ধান্ত।বেংকৰ সৈতে সংলগ্ন হ’ব ১লাখ ৫০ হাজাৰ ডাকঘৰ।ডাকঘৰত প্ৰদান কৰা হ’ব ATM ৰ সুবিধা।উত্তৰ পূৱৰ উন্নয়নৰ বাবে ১৫কোটি টকা ধাৰ্য কৰা হেছে।৭৫খন জিলাত ডিজিটেল বেংকিঙৰ সুবিধা।২লাখ অংগনৱাড়ী কেন্দ্ৰ সম্প্ৰসাৰণৰ লক্ষ্য।ছাত্ৰ ছাত্ৰীৰ বাবে ২০০ টিভি চেনেল।সকলো ৰাজ্যৰ বাবে ১লাখ কোটি টকাৰ বিশেষ পুজি।৬০লাখ নতুন চাকৰিৰ লক্ষ্য।