Astha Choudhury representing the Railways Sports Promotion Board (RSPB), a talented swimmer from Assam, secured…
বিমল ইলাচি বিজ্ঞাপন কৰিব পাৰিব অজয় দেৱগণে। বিমল কোম্পানী বিৰোধে পঠোৱা নটিছ নাকচ দিল্লী ন্যায়ালয়ৰ।
২০১৮ চনত শ্বাস্থ্য সেৱা মহনিৰ্দেশালয় বিভাগে বিমল ইলাচি বিক্ৰী কৰা কোম্পানীক নটিছ পঠাইছিল যে কোম্পানীয়ে COTP অধিনিয়ম উলংঘা কৰি বাতৰকাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে লগতে অধিনিয়ম উলংঘা কৰা বাবে অজয় দেৱগণকো মেইল যোগে নটিছ পঠাইছিল।
কিন্তু কোম্পানীয়ে জানিব দিয়ে যে বিমল ইলাচি কোনো ধৰণৰ ধপাত জাতীয় সামগ্ৰীৰ বিজ্ঞপন নহয় বিমল ইলাচি ১০০% ধপাতমুক্ত। ই কেৱল ইলাচি আৰু কেচৰৰ মিশ্ৰণ।