Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
বৰাগাঁৱৰ ড্ৰাম্পিং গ্ৰাউণ্ডক লৈ চিন্তিত ৰাইজ,তাৰ পৰা অহা দুৰ্গন্ধত ওচৰ পাজৰৰ ৰাইজে হাৰাশাস্তি ভোগীবলগীয়াত পৰিছে।
বৰাগাঁৱৰ ড্ৰাম্পিং গ্ৰাউণ্ডক লৈ চিন্তিত হৈ পৰিছে সকলো লোক।তাৰ পৰা অহা দুৰ্গন্ধত প্ৰতিদিনে অশান্তিত দিন কটাবলগীয়াত পৰিছে ওচৰ-পাজৰে বাস কৰা সকলো লোকে।তাৰ ওচৰ-পাজৰে বাস কৰা লোকসকলৰ বাবে বাৰিষাৰ আগত এক প্ৰকাৰ বিপদ মাতি আনিছে বুলিয়েই কব লাগিব।আজি বৰাগাঁও ড্ৰাম্পিং গ্ৰাউণ্ড সংগ্ৰাম সমিটিৰ সৈতে এক বৈঠকত মিলিত হ’ল পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা।তেওঁলোকৰ মতে খুব সোনকালে এই সমস্যা সমাধান হ’ব।