Skip to content

ভাৰতত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যু

মহাৰাষ্ট্ৰত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু ঘটিছে অ’মিক্ৰনত। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন ক’ভিডত মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰনত আক্ৰান্তৰ তথ্য পোৱা যায়।

Back To Top