
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়। এই অনুদানে আৰ্তজনক সাহায্য প্ৰদানত অসম চৰকাৰক যথেষ্ট সহায় কৰিব বুলি কয় অসমৰ মুখ্য মন্ত্ৰী গৰাকীয়ে আৰু লগতে এই বদান্যতাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।
This Post Has 0 Comments