Astha Choudhury representing the Railways Sports Promotion Board (RSPB), a talented swimmer from Assam, secured…
লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপনৰ বাট
কৰ’না কৰাল গ্ৰাসত পৰি ভাঙি পৰা ভাৰতৰ অৰ্থনীতিয়ে ঠন ধৰি উঠিব লওঁতেই আকৌ এবাৰ অনিশ্চিত ভৱিষ্যতৰ দিশলৈ গতি কৰিছে৷ দেশত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি৷ লকডাউনৰ কৱলত পৰি ১০ কোটি ভাৰতীয় লোকে হেৰুৱালে কৰ্মসংস্থাপন। অৰ্থনীতিৰ এনে দুৰৱস্থাৰ ধাৰা অব্যাহত থাকিলে আগন্তুক এটা দশকৰ ভিতৰত ভাৰতৰ স্থান আফগানিস্তান, পাকিস্তানতকৈ অৱনমিত হ’ব বুলি ভাৰতৰ অৰ্থনীতিবিদসকলে আশংকা কৰিছে৷