অসম পুলিচৰ কনিষ্টবল চাকৰিৰ আলোচনাৰ বাবে DGP অফিচত অনুষ্ঠিত হয় এক সংবাদমেল।লিখিত পৰীক্ষাৰ চেন্টাৰ আছিল…
শাৰদীয় দুৰ্গোৎসৱৰ আজি অন্তিম দিন।
৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ আজি বিজয়া দশমী।ভক্তসকলে আজি বিসৰ্জন দিব দেৱী দুৰ্গাক।সেই উপলক্ষে ৰাজ্যৰ প্ৰতিখন পূজাস্থলীত পুৱাৰে পৰা সমাগম ঘটিছে দৰ্শকৰ।পৰম্পৰা অনুসৰি ভক্তসকলে খলিছে খেন্দুৰৰ খেলা।মহানগৰীত দেৱী বিসৰ্জনৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে ৫ টা ঘাট।কোভিড প্ৰ’টকল আৰু অন্যান্য নীতি নিয়ম পালনেৰে প্ৰতিখন পূজা কমিটীয়ে বিসৰ্জন দিব লাগিব দেৱী দুৰ্গাক।ভক্তসকলে দেৱী দুৰ্গাৰ বিসৰ্জন প্ৰাক মুহূৰ্তত নিজৰ লগতে ৰাজ্যৰ কুশল-মংগলৰ বাবে প্ৰাৰ্থনা জনাইছে।