skip to Main Content

সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কামৰূপ জিলাৰ নতুন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ

  • Assam


সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কামৰূপ (ম) জিলাৰ নতুন উপায়ুক্ত পল্লৱ গোপাল ঝাৰ। স্বাস্থ্যকৰ্মী, ৰোগীৰে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ ল’লে উপায়ুক্ত গৰাকীয়ে। গুৱাহাটী মহানগৰীৰ ক’ভিড পৰিস্থিতিক লৈ চিন্তা চৰ্চা উপায়ুক্তগৰাকীৰ। গুৱাহাটীত বৃদ্ধি কৰা হ’ব কভিড টেষ্টৰ হাৰ। সৰুসজাই ক’ভিড কেয়াৰ চেন্টাৰৰ সমস্যাক লৈও আলোচনা উপায়ুক্তগৰাকীৰ।

Back To Top