বিহাৰত পতনৰ দিশত বিজেপি-জেডিইউ চৰকাৰ। জেডিইউ'ৰ নেতাকৰ্মীসকলে বিজেপিৰ সৈতে চৰকাৰ চলোৱাত অমান্তি কৰিছে। ইতিমধ্যে বিহাৰৰ…
১ফ্ৰেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট
১ফ্ৰেব্ৰুৱাৰীত সংসদত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট।কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব২০২২-২৩ বৰ্ষৰ বাজেট।৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বাজেট অধিবেশন।৫ৰাজ্যৰ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে দাখিল কৰিব বাজেট।বাজেটত কেইবাটাও বৃহৎ ঘোষণা কৰাৰ সম্ভাৱনা।টেক্সৰ ক্ষেত্ৰত ৰেহাই ঘোষণা কৰাৰ সম্ভাৱনা।কৃষকক সকাহ দিবলৈ গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱাৰও সম্ভাৱনা আছে বাজেটত।