Oscar winning Hollywood actor and a vocal environmentalist Leonardo DiCaprio has praised the Assam Government…
৬৭সংখ্যক ৰাষ্ট্ৰীয় ছলচ্ছিত্ৰ বটাঁ প্ৰদান।
৬৭সংখ্যক ৰাষ্ট্ৰীয় ছলচ্ছিত্ৰ বটাঁ প্ৰদান।
দিল্লীত অনুষ্ঠিত হোৱা এই বটাঁ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুয়ে প্ৰদান কৰে বটাঁ সমূহ। এই বৰ্ষত কেইবাটাও শিতানত শ্ৰেষ্ঠত্ব অসমীয়া ছবি, কলা-কুশলী লাভ কৰিছে ৰাষ্ট্ৰীয় ছলচ্ছিত্ৰ বটাঁ।অসমীয়া ছবি ‘ৰণুৱা’ই লাভ কৰিলে ৰজত কমল বঁটা। ছবিখনৰ পৰিচালক চন্দ্ৰ মুদৈ আৰু প্ৰযোজক সুনীল দত্তই দিল্লীৰ বিজ্ঞান ভৱনত গ্ৰহণ কৰে এই বঁটা।