Skip to content

অসম চৰকাৰে হাতত লৈছে বিশেষ ব্যৱস্থা!


অসমত অহা ২৭ নৱেম্বৰৰ ভিতৰত ১০০ শতাংশ যোগ্য লোকক কমেও এপালিকৈ ক’ভিড প্ৰতিষেধক প্ৰদান কৰিব ৰাজ্য চৰকাৰে। সফলতাৰে এই লক্ষ্যত উপনীত হোৱাৰ বাবে ৮ নৱেম্বৰৰ পৰা অহা ২৭ নৱেম্বৰলৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰত্যেক ভোটকেন্দ্ৰ এলেকাত ‘ঘৰে ঘৰে পদাৰ্পণ’ শীৰ্ষক বিশেষ কাৰ্যসূচী চৰকাৰে হাতত লৈছে।

Back To Top