Skip to content

শ্বটপূজা উপলক্ষে প্ৰতিটো ঘাটত ভক্তৰ ভীৰ


মহানগৰীৰ প্ৰতিটো ঘাটত ষট পূজাৰ প্ৰস্তুতি। পুৰ্বৰ তুলনাত নাই বিশেষ জাকজমকতা। মুল্যবৃদ্ধি তথা কভিড সৃষ্ট পৰিবেশে জুৰুলা কৰা ভক্ত ভক্তিভাৱেৰে ওলাই আহিছে পুজাৰ বাবে৷ শ্বটপূজা উপলক্ষে উখল মাখল পৰিবেশ ভক্তসকলৰ। পূৱাৰে পৰা প্ৰতিটো ঘাটত ভক্তৰ ভীৰ। কোভিড প্ৰটকল মানি শ্বট পূজা আয়োজন কৰিছে প্ৰতিটো শ্বট পূজা কমিটিয়ে।

Back To Top