The Northeast Frontier Railway (NFR) has reported remarkable growth in automobile unloading operations across its…
আজি পানবজাৰত মুকলি কৰা হয় Akash Bijush corporate Branch
আজি পানবজাৰত মুকলি কৰা হয় Akash Bijush corporate Branch।অসমত এতিয়া চাৰিটা corporate Branch স্হাপন হ’ল।গুৱাহাটীত ক্ৰমে পানবজাৰ,ধাৰাপুৰ আৰু উলুবাৰীৰ লগতে শিলচৰত Akashৰ corporate Branch থকাৰ কথা উল্লেখ কৰে উক্ত অনুষ্ঠানটোৱে।পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাব লগা হৈছিল কিন্ত এতিয়া এক সুন্দৰভাৱে সেই একে শিক্ষা Akashৰ পৰা লাভ কৰিব শিক্ষাৰ্থী সকলে।