skip to Main Content

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত হয়


আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।ৰাজ্যত জল জীৱন আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনিয়ম কৰাৰ অভিযোগ তুলি ধিক্কাৰ জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Back To Top