skip to Main Content

কামাখ্যাত উপস্থিত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।


Airport ৰ পৰা পোনে পোনে মা কামাখ্যাৰ আশীষ ল’লে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।মা কামাখ্যাৰ আশীষ লোৱাৰ পিছতে বগলা মন্দিৰ দৰ্শন কৰিলে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।এখন বৈঠকত অংশ গ্ৰহণৰ বাবে আহিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

Back To Top