skip to Main Content

গুৱাহাটী ডিপোসমূহত ইথানল মিশ্ৰিত পেট্ৰ’ল

  • Assam


১০%ইথানল মিশ্ৰিত পেট্ৰ’লে ক্ষতি কৰিব পাৰে যান-বাহনৰ ইঞ্জিন।গুৱাহাটী তেল ডিপোসমূহত পেট্ৰ’লত মিশ্ৰিত হ’ল ইথানল।ইথানল মিশ্ৰিত পেট্ৰ’লেৰে কেন্দ্ৰই ৰাহি কৰিব কোটি কোটি টকা।

Back To Top