Skip to content

দিছপুৰ আৰক্ষীৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক আভাৰাণী গগৈৰ ৰিজাৰ্ভ ক্ল’জ।

দিছপুৰ আৰক্ষীৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক আভাৰাণী গগৈৰ ৰিজাৰ্ভ ক্ল’জ।দিছপুৰ আৰক্ষীৰ ট্ৰেফিক ব্ৰাঞ্চৰ উপ-পৰিদৰ্শক শ্বাহিৰ আলীৰো ৰিজাৰ্ভ ক্ল’জ।দুয়োগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ।সুৰামত্ত হৈ নিশা গাড়ী চলাই ৯ জন শ্ৰমিকক আহত কৰিছিল ৰাজকন্যা বৰুৱায়।

দুৰ্ঘটনাৰ ফলত এজন শ্ৰমিকে হেৰূুৱাইছিল দুয়োখন ভৰি।দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে তাৎক্ষণিকভাৱে জামিন লাভ কৰিছিল ৰাজকন্যায়।

Back To Top