Skip to content

ন ন তথ্য উদ্ঘাটন APDCL পৰীক্ষা কেলেংকাৰীৰ

ন ন তথ্য উদ্ঘাটন APDCL পৰীক্ষা কেলেংকাৰীৰ। ধনৰ লেন-দেন কৰা প্ৰাৰ্থীক জেৰা মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ। ১৫ প্ৰাৰ্থীক পৃথকে পৃথকে মাৰাঠন জেৰা তদাৰকী কোষৰ। মুল্যায়ন সমিতিৰ সদস্যও জেৰাৰ সন্মুখিন তদন্তকাৰী সংস্থাৰ। দিন বাগৰাৰ লগে লগে ন ন তথ্য পোহৰলৈ আহিছে APDCL পৰীক্ষা কেলেংকাৰীৰ৷ OSD দিপাংকৰ দিহিঙীয়াই সমগ্ৰ ৰাজ্যতে ধন সংগ্ৰহৰ বাবে দাদালিৰ দায়িত্ব দিছিল বহু দালালক৷ ৰাজ্যৰ প্ৰতিখন জিলাতে আছিল দিহিঙীয়াৰ দালাল। চাকৰীৰ নামত দিহিঙীয়াই ধন সংগ্ৰহ কৰিবলৈ দায়িত্ব দিয়া কেইবাজনো দালালৰ নাম লাভ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে৷ APDCLৰ পৰীক্ষাত অৱতিৰ্ণ হোৱা একাংশ প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিছিল দালালবোৰে৷

Back To Top