skip to Main Content

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্যই চুলে শতকৰ ঘৰ। ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, নগাঁও, পশ্চিম কাৰ্বি আংলং ,ডিমা হাছাও, ওদালগুৰি, কৰিমগঞ্জ আৰু শিৱসাগৰত পেট্ৰ’লৰ মূল্য প্ৰতিলিটাৰত ১০০ টকা।

Back To Top