Skip to content

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে প্ৰদান পদ্মভূষণ বঁটা।


প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে প্ৰদান পদ্মভূষণ বঁটা।তৰুণ গগৈৰ হৈ বঁটা গ্ৰহণ কৰিলে পত্নী ডলি গগৈয়ে।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা বঁটা গ্ৰহণ ডলি গগৈৰ। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সাংসদ পুত্ৰ গৌৰৱ গগৈ।আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হয় ২০২১ চনৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠান।

Back To Top