skip to Main Content

মহানগৰীত দিনদুপৰতে ডকাইতি

  • Assam


মহানগৰীত দিনদুপৰতে সংঘটিত হয় ডকাইতি কাণ্ড। কাহিলিপাৰা ষ্টেট বেংকৰ সমীপৰ পৰা দুখন পালচাৰত অহা দুৰ্বৃত্তই লুটি নিলে ৫ লাখ টকা। পৰেশ শৰনীয়া নামৰ জলসিঞ্চন বিভাগত কৰ্মৰত কৰ্মচাৰীজনে বেংকৰ পৰা উলিয়াই আনিছিল টকাখিনি। টকাখিনি উলিয়াই গাড়ীত বহোতেই টকাৰ বেগ কাঢ়ি নিয়ে দুবৃত্তই।

Back To Top