Skip to content

মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম ‘জ্ঞানস্ৰোত’ মুকলি

  • Assam


মহানগৰীত নতুন ই-লাৰ্নিং প্লেটফৰ্ম ‘জ্ঞানস্ৰোত’ মুকলি। প্ৰথম পৰ্যায়ত ৯ টা ভাষাত উপলব্ধ। সমগ্ৰ দেশৰ ২৩ খন ৰাজ্য, ৪খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ১৪ খন শিক্ষা পৰিষদক সামৰি লৈছে “জ্ঞানস্ৰোত”এ। অসমৰ পৰাই আৰম্ভ হ’ব ই-লাৰ্নিঙৰ এই নতুন যাত্ৰা। ছেবাৰ বাবে ‘জ্ঞানস্ৰোত’ ত তিনিটা ভাষা উপলব্ধ হ’ব। নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰম সামৰি লোৱা হৈছে। দ্বিতীয় পৰ্যায়ত মাৰাঠী ভাষাত উপলব্ধ হ’ব ‘জ্ঞানস্ৰোত’। পৰৱৰ্তী পৰ্যায়ত দেশৰ সকলো স্থানীয় ভাষাত উপলব্ধ হ’ব এই এপ’। বৰ্তমান ই-লাৰ্নিঙ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে ইংৰাজীত সাজু কৰা হৈছে। ২০২২ চনৰ ভিতৰত বাকী থকা ৬খন বোৰ্ড সামৰি ল’ব এই এপে’। জ্ঞানস্ৰোত মুকলি কৰে জ্যেষ্ঠ অভিনেতা নিপন গোস্বামীয়ে।

Back To Top