skip to Main Content

লখৰাৰ বেতকুছি টাৰ্মিনেলত বৃহৎ তেল চুৰি চক্ৰ


লখৰাৰ বেতকুছি টাৰ্মিনেলত বৃহৎ তেল চুৰি চক্ৰ। ইণ্ডিয়ান অইল, অসম অইল কঢ়িওৱা গাড়ীৰ পৰা চুৰি হয় তেল। প্ৰতিখন গাড়ীৰ পৰা ২০ৰ পৰা ৩০ লিটাৰ চুৰি হয় তেল। তেল চুৰি চক্ৰৰ লগত ইণ্ডিয়ান অইল-এঅ’ডি, ইণ্ডিয়ান অইল carporation লিমিটেডৰ কৰ্মচাৰী গাড়ীৰ ড্ৰাইভাৰ সকল জড়িত থকাৰ সন্দেহ।

Back To Top