skip to Main Content

শৰাইঘাট দলংৰ পৰা জপিয়াই মৃত্যুৰ চেষ্টা এগৰাকী মহিলাৰ

শৰাইঘাট দলংৰ পৰা জপিয়াই মৃত্যুৰ চেষ্টা এগৰাকী মহিলাৰ।দুই সাংবাদিকৰ তৎপৰতাত ৰক্ষা পৰে মহিলাগৰাকীৰ প্ৰাণ।পাৰিবাৰিক কন্দলৰ বাবেই হাজোৰ মহিলাগৰাকীয়ে লৈছিল চৰম সিদ্ধান্ত।জাঁপ দিবলৈ চেষ্টা কৰাৰ সময়তে উদ্ধাৰ কৰে দুই সাংবাদিকে।বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত মহিলাগৰাকী।

Back To Top