skip to Main Content

সোণাপুৰত মৃতদেহ উদ্ধাৰ

সোণাপুৰত মৃতদেহ উদ্ধাৰ। সোণাপুৰৰ যোগদল-মৰঙাবাৰী পথাৰত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো যোগদল দেওঁপাহাৰৰ সোণেশ্বৰ টেৰণ(৩৭) ৰ বুলি জানিব পৰা গৈছে। তিনি দিন পুৰ্বে মাছ মাৰিবৰ বাবে উলাই আহি সন্ধানহীন হৈ আছিল ব্যক্তিজন। ঘটনাস্থলীত সোণাপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Back To Top