Skip to content

১৭ ছেপ্টেম্বৰত ৰাজ্যত কভি’ড টিকাকৰণৰ মহা শিবিৰ

  • Assam


১৭ ছেপ্টেম্বৰত ৰাজ্যত কভি’ড টিকাকৰণৰ মহা শিবিৰ। কামৰূপ মহানগৰত একেদিনাই ৭৫ হাজাৰ লোকক টিকাকৰণৰ লক্ষ্য। জিলাখনত স্থাপন কৰা হৈছে ২১০ টা শিবিৰ। প্ৰথম পালি লোৱাৰ ৮৪ দিন সম্পূৰ্ণ হ’লে ল’ব পাৰিব দ্বিতীয় পালি। সকলোকে ভেকচিন ল’বলৈ আহ্বান উপায়ুক্তৰ।

Back To Top