skip to Main Content

APDCL নিযুক্তি কেলেংকাৰীৰে জড়িত ৩ জনক CM Vigilance তলব

  • Assam

CM Vigilance ৰ কাৰ্যালয়ত অধীক্ষক ৰ’জি কলিতাই হাজিৰ হোৱাৰ নিৰ্দেশ দিয়াৰ পাছতেই উপস্থিত হয় APDCL ৰ বিষয়া। নিযুক্তি কমিটিৰ সদস্য ডেইজিম হাজৰিকা আৰু সঞ্জয় ভৌমিক। বিষয়া দুয়োজনক ৫ ঘন্টা ধৰি জেৰা অব্যাহত ৰাখিছে CM Vigilence য়ে। বিষয়া দুয়োজনৰ বিৰুদ্ধে APDCLৰ নিযুক্তি কেলেংকাৰীত প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ তথ্য লাভ।

Back To Top