skip to Main Content

একালৰ যুদ্ধ বিমান বৰ্তমানৰ সন্ত্ৰাসবাদীৰ খেলনা সামগ্ৰী

একালৰ যুদ্ধ বিমান বৰ্তমানৰ সন্ত্ৰাসবাদীৰ খেলনা সামগ্ৰী! কাবুলত আমেৰিকান সেনা বাহিনীয়ে অচল কৰি এৰি যোৱা যুদ্ধ বিমানৰ পাংখাত এতিয়া ঝুলনা ঝুলিছে তালিবানে।

Read More

ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰ।

নিশা ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰ।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীৰ গুলী।দুধৰ্ষ অপৰাধীটোৰ নাম দাওহাৰো বড়োৰ ।অবৈধ অস্ত্ৰৰ সৰবৰাহত জড়িত বড়ো।নিশা বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।ওদালগুৰিৰ লগতে বাক্সা জিলাৰ কেইৱাখনো থানাত বড়োৰ বিৰুদ্ধে চলি আছিল আঠটাকৈ গোচৰ।

Read More

নিমাতীঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

যোৱা কালি নিমাতীঘাটত ঘটি যোৱা ঘটনাৰ পৰিস্থিতিৰ বুজ লয় হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা নচলিব ছিংগল ইঞ্জিন নাও, পৰিৱৰ্তে চলিব ৬ খন চৰকাৰী ফেৰী। দলং নিৰ্মাণ হ'বলৈ লাগিব আৰু ৪ বছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষনা কৰে।

Read More

পেৰা অলিম্পিকত পদক অৰ্জন কৰা খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে।

পেৰা অলিম্পিকত পদক অৰ্জন কৰা সকলো খেলুৱৈক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ।খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আয়োজন কৰা হৈছিল বিশেষ সম্বৰ্ধনা কাৰ্যসূচী।লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনালে ধন্যবাদ।

Read More

চৰকাৰৰ বিৰুদ্ধে মাজুলীবাসীৰ প্ৰতিবাদ।

বিভাগৰ হেমাহিৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধ।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লাঠীচালনা।জনপ্ৰতিনিধিৰ পুত্তলিকা দাহ কৰিছে প্ৰতিবাদকাৰীয়ে।ক’লা বেজ পৰিধান কৰি মাজুলী আছুৰ প্ৰতিবাদ।

Read More

নিমাতীৰ মৰ্মান্তিক ঘটনাৰ পিছত ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক

নিমাতীৰ মৰ্মান্তিক ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে ব্যৰ্থতা স্বীকাৰ কৰি নিলম্বিত কৰিছে তিনি অভিযন্তাক।পৰিবহণ সচিবক দিয়া হৈছে তদন্তৰ দায়িত্ব। নিলম্বিত তিনি অভিযন্তাৰ এজন কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী। দুৰ্ঘটনাৰ সময়ত ঘৰত আছিল বিক্ৰমাদিত্য চৌধুৰী। এইগৰাকী বিক্ৰমাদিত্য চৌধুৰী তিনি বছৰ পূৰ্বে উত্তৰ গুৱাহাটীত…

Read More

অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচন

৪অক্টোবৰত অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচন।এখন আসনৰ বাবে অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন।বিশ্বজিৎ দৈমাৰীৰ পদ্ত্যাগৰ খালী হৈছিল আসনখন।একমাত্ৰ আসনখনৰ বাবে উপ-নিৰ্বাচন হোৱাৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰিলে আয়োগে।

Read More

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেৱল এটা মাহ

শাৰদীয় দুৰ্গোৎসৱলৈ মাজত কেৱল এটা মাহ। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষনত মনত বহু আশা লৈ সাজু হৈছে মহানগৰীৰ বহু কেইখন দুৰ্গা পূজা কমিটি। কোভিড সৃষ্ট পৰিবেশৰ মাজতেই চৰকাৰী SOP ৰ নিৰ্দেশ অনুযায়ী শাৰদীয় দুৰ্গা পূজাক আদৰিবলৈ সাজু হৈছে পূজা কমিটি সমূহ।…

Read More

বিজেপিৰ মুখ্য কাৰ্যালয়ত নাম-কীৰ্তন অনুষ্ঠান।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নাম-কীৰ্তন অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে অন্যান্য দলীয় নেতাসকলৰ।

Read More

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তিথি উপলক্ষে বটদ্ৰৱা থানত ধিং এক্সপ্ৰেছ হিমা দাস

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বটদ্ৰৱা থানত সেৱা ল'য় ধিং এক্সপ্ৰেছ হিমা দাসে। ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে শংকৰদেৱ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত গুৰু কীৰ্তন হিচাপে পালন কৰা হয়। বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি…

Read More
Back To Top