skip to Main Content

কাইলৈ ৭৩ সংখ্যক গণৰাজ্য দিৱস

কাইলৈ দেশে উদযাপন কৰিব ৭৩ সংখ্যক গণৰাজ্য দিৱস।ৰাজ্যজুৰি গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি,কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ।লগতে খানাপাৰাৰটো আয়োজন কৰা হ'ব গণৰাজ্য দিৱস।সাজু কৰি তোলা হৈছে খানাপাৰাৰ।পেৰেডৰ চূড়ান্ত আখৰা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ।এইবাৰ পেৰেডত নাথাকে NCCকে ধৰি ছাত্ৰ-ছাত্ৰী।কোভিড পৰিস্থিতিৰ বাবে ৰাজ্য…

Read More

১ ফ্ৰেব্ৰুৱাৰীৰ পৰা খুলিব বিদ্যালয়

১ফেব্ৰুৱাৰীৰ পৰা বিদ্যালয় খোলাৰ ইংগিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।যদি ক'ৰবাত ক'ভিড বেছি হয় তেতিয়াহ'লে কঠোৰ ব্যৱস্হা গ্ৰহণ কৰা হ'ব।নৈশ সান্ধ্য আইনৰ সময় ১ফেব্ৰুৱাৰীৰ পৰা ১০বজাৰ পৰিৱৰ্তে ১১বজাৰ পৰা হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

Read More

এ পি এছ চিৰ পৰীক্ষাত বাধ্যতামূলক নহয় ভাষাৰ কাকত

২০২০ বৰ্ষৰ এ পি এছ চিৰ মূল পৰীক্ষাত বাধ্যতামূলক নহয় ভাষাৰ কাকত। গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ৰায়দান প্ৰদান কৰি বাধ্যতামূলক ভাষা কাকত অবিহনে পৰীক্ষা পতাৰ নিৰ্দেশনা প্ৰদান কৰিছে।ৰায়দানটোত কোৱা হৈছে যে লেখ আৱেদনৰ সমাপ্তি নোহোৱালৈকে নিযুক্তি প্ৰদান কৰিব নোৱাৰিব।

Read More

কণমানি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২’

কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ‘তোমাৰ মৰমে মোৰ,  দেহত তুলিলে ঢৌ’ শীৰ্ষক জয়ন্ত হাজৰিকাৰ এটি চিৰযুগমীয়া গীত৷ নাজিৰাৰ কণমাণি কণ্ঠশিল্পী ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২৷  মাত্ৰ চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্ৰিয় হোৱা নাজিৰাৰ…

Read More

নগাঁৱত ছাত্ৰ নেতা জনক গুলীওৱাৰ বিষয় লৈ সৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নগাঁও কাণ্ডক লৈ সৰৱ মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।''কোনো নিৰপৰাধী লোককে অলিয়ে-গলিয়ে গুলীওৱাৰ অনুমতি দিয়া ন'হব।''কোনো আৰক্ষী বিষয়া যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হব''।''আমাৰ যুদ্ধ ORGANISHED CRIMEৰ বিৰুদ্ধে''।এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

Read More

আজি শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম গৌৰৱ,অসম বৈভৱ,অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ব।আজি আবেলি ৩ বজাত প্ৰদান কৰা হ'ব এই অসামৰিক সন্মান।এই অনুষ্ঠানত বিশেষ কাৰণত উপস্থিত নাথাকে বিশিষ্ট উদ্যোগপতি ৰতন টাটা।পৰৱৰ্তী সময়ত মুম্বাইত এই বঁটা প্ৰদানৰ…

Read More

আলফা(স্বা)ৰ বৃহৎ ঘোষণা।২৬ জানুৱাৰীত বন্ধ নিদিয়ে আলফা(স্বা)য়ে

২৬ জানুৱাৰীত বন্ধ নিদিয়ে আলফা(স্বা)য়ে।গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত আলফা(স্বা)ৰ এই বৃহৎ সিদ্ধান্তক আদৰণি জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।২৬ জানুৱাৰীৰ দিনা সশস্ত্ৰ প্ৰতিবাদৰ পৰা বিৰত থাকিব আলফা(স্বা),এক বিবৃতি যোগে এই কথা জনাই আলফা(স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।

Read More

ছাত্ৰ নেতাক গুলিওৱাৰ ঘটনাৰ তীব্ৰ গৰিহণা ৰাইজৰ দলৰ

নগাঁৱত ছাত্ৰ নেতাক গুলিওৱাৰ ঘটনাৰ তীব্ৰ গৰিহণা ৰাইজৰ দলৰ।ৰাজ্যত চলা পুলিচৰাজৰ এইয়া ভয়ংকৰ পৰিণাম বুলি মন্তব্য ৰাইজৰ দলৰ। ৰাজ্যত এতিয়া গুপ্ত হত্যাতকৈও ভয়ংকৰ পৰিস্থিতি চলিছে। এই ঘটনাৰ বাবে নগাঁৱৰ আৰক্ষী অধীক্ষকক নিলম্বন কৰাৰ লগতে ঘটনাত জড়িত আৰক্ষীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ…

Read More

আজি নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫ত জন্ম জয়ন্তী

আজি নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী।প্ৰায় দুবছৰ ধৰি তেওঁৰ জন্মদিন আনুষ্ঠানিকভাৱে গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা হয়।যিহেতু তেওঁ স্বাধীনতা সংগ্ৰামৰ এজন দুৰন্ত সৈনিক আছিল।নেতাজী সুভাষচন্দ্ৰ বসুৰ জন্মদিনটো সমগ্ৰ দেশতে পৰাক্ৰম দিৱস বা বীৰত্ব দিৱস হিচাপেও পালন কৰা…

Read More

মহানগৰীৰ ফাঁচি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

মহানগৰীৰ ফাঁচি বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।সদা ব্যস্ত চেম্বাৰ ৰোডত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।হোটেল মহাৰাজত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলত পুৱা ৮ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

Read More
Back To Top