skip to Main Content

শিলচৰত স্থাপন কৰা হ’ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা

শিলচৰত স্থাপন কৰা হ'ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা।২১৪ কোটি টকা ব্যয় কৰি স্থাপন কৰা হ'ব ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা।য'ত জীৱ জন্তুৱে কৰিব পাৰিব মুক্ত বিচৰণ।বাহিৰৰ দেশৰ দৰে দৰ্শকে বিশেষ বাহনেৰে দৰ্শণ কৰিব পাৰিব চিৰিয়াখানাৰ সৌন্দৰ্য।

Read More

গুৱাহাটী মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিড

গুৱাহাটী মহানগৰীত ভয়াবহভাৱে বৃদ্ধি পাইছে ক'ভিড।চৰকাৰে ক'ভিড ভেকচিন বাধ্যতামূলক কৰিছে যদিও বহুলোকে এতিয়াও নোলোৱাকৈ আছে ভেকচিন।যোৱা ২৪ ঘন্টাত ১,৯২৯ জন আক্ৰান্ত হৈছে গুৱাহাটী মহানগৰীত।GMCHত বৰ্তমান চিকিৎসাধীন হৈ আছে ৩০০ক'ভিড আক্ৰান্ত,বৰ্তমান সৰুসজাইত চিকিৎসাধীন হৈ আছে ৬৭গৰাকী।GMCHৰ আইচিইউত বৰ্তমান চিকিৎসাধীন হৈ থকা…

Read More

গাড়ী চলোৱাৰ সময়ত ফোনত কথা পতা সন্দৰ্ভত নিতিন গাডকাৰীয়ে কি কলে?

গাড়ী চলাই থকাৰ সময়ত যদি আপুনি মোবাইল ফোনত কথা পাতে, তেতিয়া ট্ৰেফিক পুলিচে আপোনাৰ পৰা কোনোধৰণৰ চালান কাটিব নোৱাৰিব। চৰকাৰে জনালে এই কথা। ট্ৰেফিক পুলিচে যদি আপোনাৰ নামত চালান কাটে, তেন্তে আপুনি আদালতৰ দ্বাৰস্থ হ'ব পাৰিব। কেন্দ্ৰীয় পথ পৰিবহণ তথা…

Read More

যান-বাহন পাৰ্কিংৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ নতুন নিৰ্দেশনা

জনসাধাৰণৰ সুবিধাৰ্থে গুৱাহাটী পৌৰ নিগমে ৫২ পাৰ্কিং স্হান বিনামুলীয়া কৰিছে।পৌৰ আয়ুক্ত দেবাশীষ শৰ্মাই ঘোষণা কৰা মতে যান-বাহন পাৰ্কিংৰ নামত ধন সংগ্ৰহ কৰা স্হান কেইটা হৈছে-কটন কলেজিয়েট পথ,ড০ জে চি দাস পথ,এইচ বি ৰোড,ব্যাপ্টিছ চাৰ্চ,আৰ পি ৰোড বি কে টাৱাৰ,এইচ বি…

Read More

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰে এটা মৃত গঁড়। চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰিছে বন বিভাগে। উল্লেখযোগ্য যে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।

Read More

আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন

আজি ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন।উজনিৰ যোৰহাট, গোলাঘাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰৰ ২২টা সমষ্টিৰ ৫৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব। ভোটাৰৰ সংখ্যা ৮৬,৩৫১। পৰিষদীয় নিৰ্বাচনত বিজেপিৰ ১৭ গৰাকী, কংগ্ৰেছৰ ২০ গৰাকী, অসম গণ পৰিষদৰ ৫গৰাকী, চিপিআইৰ ৩গৰাকী, অসম জাতীয় পৰিষদৰ ১গৰাকী, আপৰ…

Read More

অসম-মেঘালয় সীমা বিবাদ মীমাংসা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে

আজি দিল্লীলৈ উৰা মাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দীৰ্ঘদিনীয়া অসম-মেঘালয় সীমা বিবাদ মীমাংসা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাত কৰি সহমতৰ প্ৰস্তাৱ আগবঢ়াব মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে সীমা বিবাদক লৈ দুয়ো ৰাজ্যই উপনীত হোৱা সমমতৰ প্ৰস্তাৱৰ ওপৰত সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Read More

প্ৰকাশ পালে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী

প্ৰকাশ পালে ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী।অহা ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে পৰীক্ষাৰ সময়সূচী৷

Read More

ক’ভিড টেষ্টক লৈ নতুন নিৰ্দেশনা।পাঁচ দিনৰ পিছতে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব ক’ভিড আক্ৰান্ত ৰোগীক।

ক'ভিড টেষ্টক লৈ নতুন নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।পাঁচ দিন চিকিৎসালয়ত থকাৰ পিছতে যাবলৈ দিয়া হ'ব ক'ভিড আক্ৰান্ত ৰোগীক।ঘৰত দুদিন হোম আইচ'লেচনত থাকিব লাগিব ৰোগীজন।চিকিৎসালয়ৰ পৰা যোৱাৰ সময়ত ক'ভিড টেষ্ট বাধ্যতামূলক নহয়।৭দিনৰ পিছত ৰোগীজন ক'ভিড মুক্ত বুলি ধৰি লোৱা হ'ব।

Read More

আজিৰ দিনটোৰ পেট্ৰ’ল–ডিজেলৰ দাম

ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডে জাৰি কৰিলে আজিৰ দিনটোৰ পেট্ৰ’ল–ডিজেলৰ দাম। আজিৰ দামত নাই কোনো সালসলনি। বিগত ৭৫ দিন ধৰি পেট্ৰ’ল–ডিজেলৰ দাম হৈ আছে স্থিৰ। ৪ নৱেম্বৰ ২০২১ৰ পৰা পেট্ৰ’ল–ডিজেলৰ দামৰ সালসলনি হোৱা নাই। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’লত ৫ টকা…

Read More
Back To Top