skip to Main Content

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি

নতুন বছৰত ছবিগৃহলৈ আহিব জুবিন  গাৰ্গ দুখনকৈ ছবি। বছৰটোৰ মাজভাগত ছবিগৃহলৈ আহিব ৰাজনীতি। ৰাজনীতিত জুবিন গাৰ্গৰ লগতে অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া, বিশিষ্ট অভিনেতা তপন দাস, মোহময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰীয়ে।সেইদৰে বছৰৰ শেষৰ ফালে ছবিগৃহলৈ আহিব জুবিন গাৰ্গ অভিনীত বহু…

Read More

নৱবর্ষক আদৰিবলৈ সমগ্ৰ বিশ্বত চলিছে মহা আয়োজন।

নতুন বছৰক আদৰাৰ নামত বিশ্বজুৰি উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। নতুন বছৰৰ আগনিশা থার্টী ফার্ষ্ট উদযাপনৰ আনন্দই সুকীয়া। সেয়ে আজি নিশা কোৰোণা কাৰ্ফিউ ও প্ৰত্যাহাৰ কৰিছে চৰকাৰে।গুৱাহাটী মহানগৰীতো থার্টী ফার্ষ্ট ডিচেম্বৰ উদযাপনৰ চলিছে ব্যাপক প্রস্তুতি ৷

Read More

ভাৰতত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যু

মহাৰাষ্ট্ৰত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু ঘটিছে অ’মিক্ৰনত। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন ক’ভিডত মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰনত আক্ৰান্তৰ তথ্য পোৱা যায়।

Read More

অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।ইয়াত এখন অৰণ্য আছিল নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।

Read More

১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

বৃহস্পতিবাৰে SSAত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।

Read More

দ্ৰুতগতিত বহন চলালে ভৰিব লাগিব ২০০০ টকা

ৰাজ্যত অত্যধিক পথ দুৰ্ঘটনা কমাবলৈ সষ্টম হৈ পৰিছে অসম আৰক্ষী।নিৰ্ধাৰিত গতিৰ সীমা বজাই ৰাখিবলৈ পৰিবহন বিভাগে সতৰ্ক কৰি দিছে, অত্যাধিক দ্ৰুত গতিত বাহন চলালে অতি কমেও ৩ মাহৰ বাবে বাতিল হ'ব আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ ।  ইয়াৰ লগতে নিম্নতম ২ হাজাৰ…

Read More

মূল্যবৃদ্ধিয়ে কুঙা কৰা জনতাক আকৌ এবাৰ মাধমাৰ দিবলৈ সাজু অসম চৰকাৰ

নতুন বছৰত বৃদ্ধি পাব সকলো শ্ৰেণীৰ বিদ্যুৎ মাচুল। মাচুল বৃদ্ধি কৰিবলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড -এ নিয়ামক আয়োগৰ ওচৰত প্ৰস্তাৱ দাখিল কৰে। প্ৰতি ইউনিটত বৃদ্ধি পাব নূন্যতম ২ টকাকৈ মাচুল। জীৱন ধাৰা আঁচনিত প্ৰতি ইউনিট বিপৰীত বৃদ্ধি পাব ১.৭৫…

Read More

নাগালেণ্ডত ছমাহলৈ বৃদ্ধি ‘আফস্পা’

নাগালেণ্ডত গৃহ মন্ত্ৰালয়ে আফস্পা (AFSPA) আইনৰ সময় ছমাহলৈ বৃদ্ধি অৰ্থাৎ ২০২২ বৰ্ষৰ জুন মাহলৈকে প্ৰযোজ্য হ’ব বুলি সদৰী কৰে। আফস্পাৰ অধীনত সৈনিকসকলে বহুতো বিশেষাধিকাৰ উপভোগ কৰে যেনে ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰা আৰু সন্দেহজনক ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাৰ আৰু অনুসন্ধান…

Read More

অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021

আজিৰে পৰা অহা 9 জানুৱাৰীলৈ চান্দমাৰী অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা 2021 অনুষ্ঠিত হয়। অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে।এই গ্ৰন্থমেলাত 150 খন গ্ৰন্থবিপনী পদৰ্শনী কৰা হয়। গ্ৰন্থমেলাত জ্যোতি প্ৰকাশনৰ "বঙল বহু দূৰ" উপন্যাসৰ বাবে প্ৰকাশন পৰিষদৰ সাহিত্য…

Read More
Back To Top