Skip to content
Mission Bhumiputra

মিছন ভূমি পুত্ৰৰ শুভ উদ্বোধন

আজি মিছন ভূমি পুত্ৰৰ শুভ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে আঁচনিখনৰ। উদ্বোধন কৰি মুখ্যমন্ত্ৰীজনে কয় যে এতিয়াৰ পৰা OBC, SC, ST সকলে সহজেই লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ

Read more
Commonwealth

কমনৱেলথত পুনৰ উজ্বলিছে অসম কন্যা

কমনৱেলথ গেমছত ভাৰতীয় মহিলা লন বল দলৰ ছেমি ফাইনেলত প্ৰৱেশ। দলটোত আছে অসমৰ নয়নমণি শইকীয়াওঁ। আজি নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব ছেমি ফাইনেল।

Read more

ঝাৰখণ্ডৰ চৰকাৰ ভাঙিবলৈ হিমন্ত বিশ্বৰ অপচেষ্টা ?

ঋাৰখণ্ডৰ কংগ্ৰেছী বিধায়কৰ FIR সন্দৰ্ভত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ এইসকল বিধায়কৰ সৈতে তেখেতৰ সম্পৰ্ক ২২ বছৰীয়া। তেওঁলোকক লগ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাক মধ্যভোগীৰ প্ৰয়োজন নাই বুলি জনায়।

Read more

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস

আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। ৩৬ টকা মূল্য হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়াও হ্ৰাস পোৱা নাই।

Read more

আজিৰ পৰা বৃদ্ধি গাখীৰৰ মূল্য

আজিৰ পৰা বজাৰত বৃদ্ধি পাইছে গাখীৰৰ মূল্য। প্ৰতিলিটাৰ গাখীৰৰ মূল্যত বৃদ্ধি হৈছে ৪ টকাকৈ। আজিৰ পৰাই গো-পালক সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Read more

ধৰ্মীয় মাদ্ৰাছাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

আজি ধৰ্মীয় মাদ্ৰাছা সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এক ডাঙৰ মন্তব্য। যদি কোনো মাদ্ৰাছাৰ বিৰুদ্ধে প্ৰমাণ পোৱা যায় তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত মাদ্ৰাছা ইতিমধ্যে ছিল কৰা হৈছে।

Read more

কমনৱেলথ গেমছত পুনৰ উজ্বলিল অসম কন্যা লাভলীনা বৰগোঁহাই

অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিছে গৌৰৱ। কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোঁহাই। কমনৱেলথত চমক প্ৰদৰ্শন কৰে লাভলীনা বৰগোঁহাইয়ে।

Read more

এনকাউণ্টাৰত মৃত্যুৰ তালিকাত জিলিকিছে অসম

বৃদ্ধি পাইছে এনকাউণ্টাৰত মৃত্যু হোৱা লোকৰ হাৰ। অসম আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হোৱা লোকৰ ৩৫০% লৈ বৃদ্ধি। উল্লেখযোগ্য যে অসমে ভাৰতৰ ভিতৰত তৃতীয় দখল কৰিবলৈ সক্ষম হৈছে।

Read more
Corruption

উৎকোচ লৈ হাতে লুটে ধৰা পৰে দুজন চৰকাৰী বিষয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তত দুৰ্নীতি নিৱাৰক শাখাৰ তালাচী। মৰিগাঁওৰ আৱকাৰী বিভাগৰ অধীক্ষক আৰু ডিব্ৰুগড় খোৱাঙৰ শিক্ষা বিষয়াক। উৎকোচ লৈ থকাৰ অৱস্থাত হাতে লুটে ধৰা পৰে দুয়োজন চৰকাৰী বিষয়া

Read more
Back To Top