skip to Main Content

গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে

গুৱাহাটীৰ ৰাজপথত উত্তাল প্ৰতিবাদ অসম আৰক্ষীৰ বিৰুদ্ধে।গৃহ বিভাগৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ।পৰীক্ষাৰ ৰিজাল্ট নিদিয়াকৈ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ যোজা চলাইছিল গৃহ বিভাগে।একেটা পদৰ বাবে নতুন বিজ্ঞাপন দিয়াৰ পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত।ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈছিল শাৰিৰীক আৰু লিখিত পৰীক্ষা।কিন্তু সেই একেটা পদৰ…

Read More

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ

মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ।উলুবাৰী উৰণীয়া সেঁতুৰ তলত উদ্ধাৰ মৃতদেহ।বৰ্তমান পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো।

Read More

শৰাইঘাট দলংৰ পৰা জপিয়াই মৃত্যুৰ চেষ্টা এগৰাকী মহিলাৰ

শৰাইঘাট দলংৰ পৰা জপিয়াই মৃত্যুৰ চেষ্টা এগৰাকী মহিলাৰ।দুই সাংবাদিকৰ তৎপৰতাত ৰক্ষা পৰে মহিলাগৰাকীৰ প্ৰাণ।পাৰিবাৰিক কন্দলৰ বাবেই হাজোৰ মহিলাগৰাকীয়ে লৈছিল চৰম সিদ্ধান্ত।জাঁপ দিবলৈ চেষ্টা কৰাৰ সময়তে উদ্ধাৰ কৰে দুই সাংবাদিকে।বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত মহিলাগৰাকী।

Read More

আলফা স্বাধীনত যোগদান কংগ্ৰেছ নেতাৰ

আলফা স্বাধীনত যোগদান কংগ্ৰেছ নেতাৰ।অন্ত:সত্বা পত্নীক এৰি আলফাত যোগদান কৰিলে কংগ্ৰেছৰ যুৱ নেতা জনাৰ্দন গগৈয়ে।এটা ফেচবুক পষ্ট যোগে পত্নীক জনাই যে তেওঁ ইতিমধ্যে আলফাত যোগদান কৰিছে।তেওঁৰ মতে এচাম মানুহে অসমীয়া জাতিটোক ধ্বংশ কৰি পেলাইছে।মই জানো তোমাৰ কষ্ট হ'ব,কিন্তু কি কৰিবা…

Read More

আজি পহিলা ব’হাগ।ৰঙালীৰ আনন্দত মতলীয়া ৰাজ্য

আজি পহিলা বহাগ।অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন।আনন্দত মতলীয়া ৰাজ্যবাসী।সৰুৱে ডাঙৰক সেৱা জনাই বছৰটো যাতে ভালে ভালে যায়।ডাঙৰ সকলে আশীৰ্বাদ কৰে।সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।ন-সাজ পিন্ধে প্ৰকৃতিয়ে।কপৌ ফুল,গছত কুঁহিপাত।প্ৰকৃতিয়ে যেন ন-সাজ হে পিন্ধিছে।

Read More

মানি চলিব লাগিব যান বাহনৰ বহুতো নীতি নিয়ম।অন্যথা ভৰিব লাগিব জৰিমণা

মানি চলিব লাগিব যান বাহনৰ বহুতো নীতি নিয়ম।অন্যথা ভৰিব লাগিব জৰিমণা।পৰিবহন বিভাগৰ কঠোৰ নিৰ্দেশনা।আনন্দত মতলীয়া হৈ তীব্ৰ বেগত যাতে গাড়ী নচলায়।সুৰা পান কৰি গাড়ী যাতে নচলায়।দুচকীয়া বাহনৰ ক্ষেত্ৰত হেলমেট জৰুৰী আৰু মোবাইল ফোনত কথা পাতি যাতে গাড়ী নচলাই।

Read More

সাতামপুৰুষীয়া নীতি নিয়ম মানি আজি পালন কৰা হৈছে গৰু বিহু

সাতামপুৰুষীয়া নীতি নিয়ম মানি আজি পালন কৰা হৈছে গৰু বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ-মালহেৰে আজি পালন কৰা হৈছে গৰু বিহু। মাহ-হালধিৰে গা ধুৱাই, ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰে , যাতে কোনো অপায়-অমংগল নহয়।

Read More

পদূলি মুখত সকলোৰে প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহু

পদূলি মুখত সকলোৰে প্ৰাণৰো প্ৰাণৰ ৰঙালী বিহু। দক্ষিণ পূব গুৱাহাটী বিহু সন্মিলন খনি আটক ধুনীয়াকৈ অনুষ্ঠিত কৰিছে প্ৰত্যেক বাৰৰ দৰে। বিভিন্ন গণ্য মান্য ব্যক্তিৰ উপস্থিতিত শুভাৰম্ভনি কৰা হয় এই বিহু সন্মিলন খনিৰ।

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাবত সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীক লৈ লিখা গান মুক্তি দিয়ে

আজি গুৱাহাটী প্ৰেছ ক্লাবত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীক লৈ লিখা গান এটা মুক্তি দিয়ে।

Read More

দ্য ভিউ ৰেষ্টুৰেণ্টত আজি জুবিন গাৰ্গ নতুন চিনেমাৰ পষ্টাৰ মুকলি কৰে

অসমৰ চলচ্চিত্ৰপ্ৰেমীৰ বাবে ভাল খৱৰ।জুবিন গাৰ্গ নতুন চিনেমা আহিছে।চিনেমাখনৰ নাম চিকাৰ।চিকাৰত অভিনয় কৰিছে জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাই।

Read More
Back To Top