Skip to content

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিক ১০,০০০ টকাকৈ জৰিমণা বিহিলে অসম আৰক্ষীয়ে

সুৰাপান কৰি গাড়ী চলোৱা ব্যক্তিৰ প্ৰতি কঠোৰ হৈছে মহানগৰ আৰক্ষী। যোৱা নিশা সুৰপান কৰি গাড়ী চলোৱা অপৰাধত ২৬ জন লোকৰ আৰক্ষীয়ে লাইচেন্স জব্দ কৰে লগতে প্ৰত্যেক জনকে ১০,০০০/- টকা জৰিমনা বিহে।

Read more

মমতা বেনাৰ্জীৰ নিৰাপত্তাৰক্ষীৰ পিষ্টল চুৰি কৰা অসমৰ যুৱকক গ্ৰেপ্তাৰ পশ্চিমবংগ আৰক্ষীৰ

কামাখ্যাত পূজা দিবলৈ অহা পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াগৰাকী ৰে’লেৰে কলকাতালৈ ঘূৰি যোৱাৰ সময়তে বুধবাৰে পুৱা কোচবিহাৰ ষ্টেচনত নিৰাপত্তাৰক্ষীগৰাকীৰ পৰা চোৰে লুটি নিয়ে টকা, দুটা পিষ্টল আৰু মোবাইল ফোন। কোচবিহাৰ ষ্টেচনত থকা চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে দীপক সাহা…

Read more

বৃহস্পতি বাৰে সদনত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী আইন৷

বিধানসভাৰ শীতকালীন অধিবেশনৰ চতুৰ্থ দিনা গৃহিত হয় গো- সুৰক্ষা আইনখন৷ এই আইনখনৰ জৰিয়তে গো-হত্যা ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে চৰকাৰে৷ বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো-সৰবৰাহ বন্ধ কৰিব এই আইনে। অবৈধ গো-সৰবৰাহ কৰা বাহনৰ মালিকেও শাস্তি পাব লগতে জব্দকৃত বাহন নিলাম…

Read more

এতিয়াৰে পৰা চাকৰিৰ বাবে দিব নালাগে বেলেগ বেলেগ পৰীক্ষা!

২৩, ডিচেম্বৰ ২০২১ তাৰিখে সদনত গৃহীত হ’ল ‘‘The Assam Direct Recruitment Commissions for Analogous Posts in Class-III and Class-IV Bill, 2021’’। এতিয়াৰ পৰা বেলেগ বেলেগ বিভাগৰ কাৰণে বেলেগ বেলেগ পৰীক্ষা দিব নালাগে। APSC আৰু UPSCৰ দৰে এখন ব’ৰ্ডে অনুষ্ঠিত কৰিব…

Read more

অসম ৰাজ্যিক চিৰিয়াখানাত মৃত্যু জিৰাফৰ

বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয় জিৰাফ জনীৰ। জিৰাফ জনীৰ মৃত্যুৰ কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ যোৱা হৈছে।২০২০চনত মাইসূৰৰ পৰা অনা হৈছিল দুটা জিৰাফ।ইয়াৰে ৰঙিলী নামৰ জিৰাফ জনীৰ মৃত্যু হয়। চিৰিয়াখনাৰ কৰ্মচৰীসকলৰ মতে DFO আৰু অস্বনী কুমাৰে…

Read more

গুৱাহাটী প্ৰেছ ক্লাৱত জনসংখ্যা সমাধান ফাউণ্ডেচন অসমৰ সংবাদমেল।

গুৱাহাটী প্ৰেছ ক্লাৱত আজি জনসংখ্যা সমাধান ফাউণ্ডেচন অসমে আয়োজন কৰে এক সংবাদমেল। সংবাদমেল সম্বোধন কৰে জেএছএফ অসমৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাই। জনসংখ্যা বিস্ফোৰণকলৈ অসমৰ সকলো ৰাইজক সজাগ কৰিবৰ বাবে এই সংবাদমেল আয়োজন কৰা হয়। সংবাদমেলত উপস্থিত থাকে হৰেন্দ্ৰ বৰাৰ লগতে ৰত্না…

Read more

গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় তিনিখনকৈ গ্ৰন্থ।

Divine Hand Welfare Organization নে দীৰ্ঘকালীন প্ৰচেষ্টাৰ অংশ হিচাপে ড০ হৃদয় ৰঞ্জন দাসৰ -প্ৰেমৰ গংগাজানো শুকায়,সেন্দুৰীয়া বাটে বাটে আৰু দীপাঞ্জলী চেতিয়া গগৈৰ অনুভৱৰ অলকানন্দা এই তিনিখন গ্ৰন্থ উন্মোচন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাৱত।

Read more

আজি চাকৰি মেলাত হাহাকাৰ লক্ষাধিক নিবনুৱাৰ।

নিয়োগ মেলা’ত আজি হাহাকাৰ লক্ষাধিক নিবনুৱাৰ৷ আজি ‘নিয়োগ মেলা’ই প্ৰমাণ কৰিলে ৰাজ্যত নিবনুৱা সমস্যাৰ এখন ভয়াৱহ ছবি৷ এটা চাকৰিৰ আশাত পুৱাৰে পৰা নিয়োগ মেলাত ভিৰ কৰিলেহি বহু চাকৰি প্ৰত্যাশীয়ে৷ এই নিয়োগ মেলাৰ বিজ্ঞাপনত নিয়োগ প্ৰত্যাশীক বিভিন্ন আশা দেখুওৱা হৈছিল। চৰকাৰে…

Read more

সুৰাপান কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ শিল্পী জুবিন গাৰ্গৰ

প্ৰতিবছৰে নৱবৰ্ষ উদ্‌যাপনৰ নামত সুৰাপান কৰাৰ ফলত বহু লোকৰ মৃত্যু হয়। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰত কাকো অকালতে মৰিবলৈ দিয়া নহব বুলি ঘোষণা কৰিছে। এই ক্ষেত্ৰত কণ্ঠশিল্পী জুবিন গাৰ্গেও সুৰাপান কৰি গাড়ী নচলাবলৈ অনুৰোধ কৰি কয় যে…

Read more

সদনত শিক্ষা বিভাগৰ কাম কাজৰ বিৱৰণ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ

শিক্ষা বিভাগক লৈ বিধানসভাত বিধায়ক মনোৰঞ্জন তালুকদাৰে কৰা প্ৰশ্নৰ উত্তৰ দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ নতুনকৈ ঘোষিত হোৱা মাজুলী, ভট্টদেৱ, ৰবীন্দ্ৰনাথ ঠাকুৰ, সতিসাধিনী আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাৰম্ভিক কাম-কাজ চৰকাৰে দিয়া ৫০ কোটি অনুদানেৰে আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে বুলি সদনত…

Read more
Back To Top