skip to Main Content

এগৰাকী শিক্ষয়িত্রীয়ে কৰিলে আত্মহনন।

বিশ্বনাথ ঘাটৰ শ্মশানথলীত সংঘটিত হয় অঘটন।এগৰাকী শিক্ষয়িত্রীয়ে কৰিলে আত্মহনন।ব্রহ্মপুত্রৰ বুকুত জাপ দি আত্মহনন শিক্ষয়িত্রীগৰাকীৰ। শিক্ষয়িত্ৰীগৰাকীৰ নাম প্রিয়ংকা গগৈ।মাছমৰীয়াই উদ্ধাৰ কৰে প্রিয়ংকা গগৈৰ মৃতদেহ।

Read More

পুনৰ মহানগৰীত মাতাল যুৱতী ।

মহানগৰীত সুৰাসক্ত অৱস্থাত বিলাসী বাহনত যুৱতীৰ তাণ্ডৱ।পুনৰ দুই নিচাসক্ত যুৱতীয়ে তাণ্ডৱ চলালে দিছপুৰ থানাত।অৱশেষত দিছপুৰ যান বাহন আৰক্ষীৰ জালত সুৰাসক্ত দুই যুৱতী।AR 01 N 1101 নম্বৰৰ বাহনত আহিছিল যুৱতী দুগৰাকী।GMCHত স্বাস্থ্য পৰীক্ষাৰ পিছত।নিশা পাণবজাৰ মহিলা থানাত ৰখা হয় দুয়োকে৷

Read More

ফুট ব্ৰীজত দুই শিশু ৩০ মিনিট ধৰি আৱদ্ধ

গুৱাহাটীৰ মালিগাঁৱৰ ফুট ব্ৰীজত আবদ্ধ কণমানি। ফুটব্ৰীজৰ লিফ্টত প্ৰায় ৩০ মিনিট ধৰি আবদ্ধ হৈ পৰে দুটি কণমানি। কাৰিকৰী বিজুতিৰ ফলত আবদ্ধ হৈ পৰা শিশু দুটিক জালুকবাৰী আৰক্ষী, অগ্নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে।

Read More

তাপমানকলৈ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মন্তব্য!

শৰৎ কালতো গ্ৰীষ্মৰ অনুভৱ। উৎকট গৰমে দহিছে ৰাজ্যৰ লগতে মহানগৰবাসীক। ৩৫ ডিগ্ৰী চেলছিয়াছতে অনুভৱ হৈছে প্ৰায় ৪০ ডিগ্ৰীৰ সমান গৰম। ইতিমধ্যে ১০ টা বৰ্ষৰ ভিতৰত অক্টোবৰ মাহৰ সৰ্বাধিক গৰমে গঢ়িছে অভিলেখ।অসম তথা উত্তৰ–পূৰ্বাঞ্চলত মেঘৰ স্থিতি কম হোৱাৰ বাবেই গৰমৰ প্ৰকোপ…

Read More

নিলম্বিত DIG ৰৌণক আলী হাজৰিকাৰ সন্মুখত আন এক নতুন বিপদ

ৰৌণক আলী হাজৰিকাক CM VIGILENCE ৰ পুনৰ ৪ দিনৰ জিম্মাত বিচাৰি আদালতত আবেদন৷ কিন্ত আদালতে নিলম্বিত IPS ৰৌণক আলী হাজৰিকাক আৰক্ষীৰ জিম্মাত দিয়াৰ বিপৰীতে প্ৰেৰণ কৰে কাৰাগাৰলৈ৷ প্ৰয়োজনত কাৰাগাৰলৈ গৈ তদন্তকাৰী বিষয়াই সোধা-পোছা কৰাৰ অনুমতি প্ৰদান বিশেষ ন়্যায়াধীশৰ আদালতৰ ৷

Read More

CBIক হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিছে।

বিজেপিয়ে হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিছে CBIক। ৰিপুণ বৰাৰ গুৰুতৰ অভিযোগ। CBI, ED আৰু ITকো বিজেপিয়ে নিজৰ স্বাৰ্থত আৰু বিৰোধীক শলঠেকত পেলাবলৈ ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰে ৰিপুণ বৰাৰ।

Read More

অসম চুক্তি ৰূপায়নৰ বাবে আকৌ নতুন কমিটী গঠন,নেতৃত্বত মন্ত্ৰী অতুল বৰা

অসম চুক্তি ৰূপায়নক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন কমিটী গঠন কৰিছে ৷ অসম চুক্তি ৰূপায়ন নহোৱা প্ৰতিটো দফা কাৰ্যকৰী, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, বানপানী, গৰাখহনীয়াকে আদি কৰি প্ৰতিটো সমস্যা সমাধানৰ বাবে ৰাজ্যৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠন কৰা…

Read More

প্ৰচাৰ অভিযান চলি থকাৰ মাজতেই বিজেপি-অগপক উদ্দেশ্যি কটু বাক্যবাণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতেই বিজেপি-অগপক উদ্দেশ্যি কটু বাক্যবাণ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। মুখ্যমন্ত্ৰীক সমালোচনা কৰিবলৈ গৈ গৰুখুঁটিৰ ঘটনাক গোধৰা কাণ্ডৰ লগত তুলনা ভূপেন বৰাৰ।

Read More

শাৰদীয় দুৰ্গোৎসৱৰ আজি অন্তিম দিন।

৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ আজি বিজয়া দশমী।ভক্তসকলে আজি বিসৰ্জন দিব দেৱী দুৰ্গাক।সেই উপলক্ষে ৰাজ্যৰ প্ৰতিখন পূজাস্থলীত পুৱাৰে পৰা সমাগম ঘটিছে দৰ্শকৰ।পৰম্পৰা অনুসৰি ভক্তসকলে খলিছে খেন্দুৰৰ খেলা।মহানগৰীত দেৱী বিসৰ্জনৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছে ৫ টা ঘাট।কোভিড প্ৰ’টকল আৰু…

Read More

GMCHৰ পৰা লৈ যোৱা হ’ল IPS বিষয়া ৰৌনক আলী হাজৰিকাক

সুস্থ হৈ GMCHৰ পৰা ওলাল নিলম্বিত DIG ৰৌণক আলী।পাণবজাৰ থানাৰ লক-আপত অসুস্থ হৈছিল ৰৌণক আলী। কিছুদিন পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈ ভৰ্তি হৈছিল GMCHত।ৰৌণক আলীক পুনৰ জিম্মাত ল’লে চি এম ভিজিলেঞ্চে।

Read More
Back To Top