skip to Main Content

আজি মহা অষ্টমী

আজি মহা অষ্টমী। পূজামণ্ডপ, দেৱ-দেৱালয়ত পুৱাৰে পৰা ভক্তৰ ভিৰ। আজি পুৱাৰে পৰা অনুষ্ঠিত অষ্টমী পূজা। নিশা ১১.২৪ বজাৰ পৰা ১২.১২ বজালৈকে অনুষ্ঠিত হ’ব সন্ধি পূজা। অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত হোৱা সন্ধি পূজাত দেৱী দুৰ্গালৈ বলি আগবঢ়োৱা হয়।

Read More

আগন্তুক টেট পৰীক্ষাৰ দিন সলনি

আগন্তুক টেট পৰীক্ষাৰ সলনি কৰা হল দিন। ৩১ অক্টোবৰত অনুষ্ঠিত হ'ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা। পূৰ্বে ২৪ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল টেট।

Read More

নিশা মহানগৰীত দুৰ্ঘটনা

নিশা মহানগৰীত পথ দুৰ্ঘটনা।গাড়ীয়ে খুন্দিয়াই থৈ যায় এজন লোকক।ঘটনা সংঘটিত কৰিয়ে গাড়ীসহ পলায়ন কৰে চালকজনে।অচিনাক্ত লোকজনক GMCH লৈ প্ৰেৰণ কৰা হয়।

Read More

ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে GNRC হস্পাতালে।

ৰাজকন্যা বৰুৱা ঘটনাৰ সন্দৰ্ভত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে GNRC হস্পাতালে।চিকিৎসালয়খনে জাৰি কৰিছে যে, ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে GNRC হস্পাতাল সদায় দায়ৱদ্ধ। সমাজৰ সকলো শ্ৰেণী লোকলৈকে GNRCয়ে সেৱা আগবঢ়াই আহিছে।ৰাজকন্যা বৰুৱাই জৰুৰীকালীন বিভাগত ৩অক্টোবৰ আবেলি ২.৩০বজাত চিকিৎসাৰ বাবে পঞ্জীয়ন কৰিছিল। GNRC…

Read More

গুৱাহাটীৰ দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ সফল প্ৰাৰ্থীৰ মাজত প্ৰমাণপত্ৰ আৰু নিযুক্তি পত্ৰ বিতৰণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰৰ

গুৱাহাটীৰ নাৰেংগীস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইনৰ মুখ্য কাৰ্যালয়ত দেওবাৰে অনুষ্ঠিত হয় দক্ষতা বিকাশৰ এক অনুষ্ঠান। এই অনুষ্ঠানতে দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ সফল প্ৰাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ আৰু নিযুক্তিপত্ৰ বিতৰণ কৰে কেন্দ্ৰীয় পেট্ৰ’লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

Read More

জামিন পালে চিকিৎসক নৱনীল বৰুৱাই।

তিনিদিনৰ জেৰাৰ অন্তত ডাঃ বৰুৱাক কৰা হৈছিল গ্ৰেপ্তাৰ।দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক গৰাকীক।দিছপুৰ থানাৰ গোচৰত জামিন লাভ কৰে।মডেল ৰাজকন্যা বৰুৱাক ৰক্ষণা-বেক্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডাঃ বৰুৱা।

Read More

আজি মহাষষ্ঠী

আজি মহাষষ্ঠী ৷ আধ্যাত্মিক পৰিৱেশৰ মাজতে মা দুৰ্গাক আদৰিছে ৰাজ্যবাসীয়ে৷ বেলবৰণেৰে সন্ধিয়া পূজাৰ বেদীত প্ৰতিষ্ঠা কৰা হয় মা দুৰ্গাৰ প্ৰতিমা। দুটা বছৰৰ পিছত ৰাজ্যবাসীয়ে উদযাপন কৰিব পূজা।ৰাজ্যৰ লগতে মহানগৰীতো সকলো ক’ভিড প্ৰট’কল মানি অনাড়ম্বৰভাৱে আদৰিছে দুৰ্গতিনাশিনী মা দুৰ্গাক। সম্প্ৰতি সকলোৱে…

Read More

গুৱাহাটীত পেট্ৰলৰ দাম ১০০ টকা অতিক্ৰম কৰিলে।

দেওবাৰৰ দিনটোত গুৱাহাটীত এক লিটাৰ পেট্ৰলৰ দাম হলগৈ ১০০.০৭টকা।উল্লেখ্য যে, শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল ৯৯.২১টকা।বিগত দিনকেইটাত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য।ইফালে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম ৯২.৪২টকা।

Read More

মহানগৰীৰ কটাহবাৰীত আৰক্ষীৰ অভিযান।

মহানগৰীৰ কটাহবাৰীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ।এঘৰৰ চিলিং ভাঙি উদ্ধাৰ কেইবালক্ষ টকাৰ ড্ৰাগছ।ড্ৰাগছসহ আটক দুই যুৱক।ধৃত যুৱকৰ নাম চফৰ আলী, মহিদুল ইছলাম।কটাহবাৰীৰ আনছাৰ আলী নামৰ এজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল দুয়ো।

Read More

সোণাপুৰৰ বেজেনীত শোকাৱহ ঘটনা।

সোণাপুৰৰ বেজেনীত শোকাৱহ ঘটনা।কাটি থকা গছ পৰি দুজন বাইক আৰোহীৰ মৃত্যু হয়।কলংপাৰ-বেজনী পথেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাত এই ঘটনা।মৃতদ্বয় ৰিণ্টু মেধি আৰু বাবুল ডেকা বুলি চিনাক্ত কৰা হৈছে।

Read More
Back To Top