Skip to content

এখন অতি সুন্দৰ ছুটি ছবি নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে।যি খনৰ নাম হৈছে “দুৰ্গা”।

এখন অতি সুন্দৰ ছুটি ছবি নিৰ্মাণৰ কাম ইতিমধ্যে প্ৰায় সমাপ্ত হৈছে।যি খনৰ নাম হৈছে "দুৰ্গা"।দৈনিক আমাৰ জীৱনৰ লগত ঘটি থকা ঘটনাৰ ওপৰত আধাৰিত এই সুন্দৰ ছুটি ছবি খন।খুব সোনকালে ৰাইজৰ মাজলৈ এৰি দিয়া হ'ব।

Read more

যান-বাহন আইন ভংগ কৰিলে ভৰিব লাগিব ২৫,০০০টকা পৰ্যন্ত জৰিমণা।

যান-বাহনৰ আইন ভংগ কৰিলে ভৰিব লাগিব ২৫,০০০টকা পৰ্যন্ত জৰিমণা।চৰকাৰে বহুতো নতুন নীতি-নিয়ম প্ৰণয়ন কৰিছে।সুৰামক্ত হৈ বাহন চলালে-১০,০০০টকা,হেলমেট অবিহনে ১০০০টকা,তীব্ৰগতিত গাড়ী চলালে ২০০০ টকা আৰু বহুতো নিয়ম জাৰি কৰিছে ৰাজ্য চৰকাৰে।

Read more

মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।তেতেলিয়াত ট্ৰাকে মহটিয়ালে স্কুটী আৰোহীক।দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহীজন।ক্ষুব্ধ ৰাইজে জ্বলাই দিলে ট্ৰাকখন।

Read more

আজি গুৱাহাটী প্ৰেছ ক্লাৱত হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চিনেমা “হিৰো” সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চিনেমা "হিৰো" সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়।অহা ২৬ ফ্ৰেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত তিনিটা দৰ্শনীৰে মুকলি কৰিব চিনেমাখন।

Read more

আজি মিচিং সকলৰ পবিত্ৰ উৎসৱ আলি আয়ে লিগাং।

আজি ভূমি পুত্ৰ মিচিং সকলৰ পবিত্ৰ উৎসৱ আলি আয়ে লিগাং।প্ৰত্যেক বছৰৰ দৰে এইবছৰো খুব ওলহ মালহেৰে পালন কৰিছে আলি আয়ে লিগাং।এই উৎসৱটো মূলত কৃষিৰ লগত জড়িত।

Read more

আজি ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ ভৱনত এখন চিকিৎসালয় মুকলি কৰে।

আজি ৰাজ্যপাল জগদীশ মুখীয়ে স্বাস্হ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজভৱনত এখন চিকিৎসালয় মুকলি কৰে।২৪ঘন্টাই সকলো সা-সুবিধা লাভ কৰিব উক্ত চিকিৎসালয় খনত।

Read more

গুৱাহাটী ডিপোসমূহত ইথানল মিশ্ৰিত পেট্ৰ’ল

১০%ইথানল মিশ্ৰিত পেট্ৰ'লে ক্ষতি কৰিব পাৰে যান-বাহনৰ ইঞ্জিন।গুৱাহাটী তেল ডিপোসমূহত পেট্ৰ'লত মিশ্ৰিত হ'ল ইথানল।ইথানল মিশ্ৰিত পেট্ৰ'লেৰে কেন্দ্ৰই ৰাহি কৰিব কোটি কোটি টকা।

Read more

ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তৰ সংবাদমেল।

ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তৰ সংবাদমেল কয়লা ছিণ্ডিকেটৰ ওপৰত সংবাদমেল সম্বোধন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তৰ।

Read more

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় অসম নাগৰিক সমাজৰ এক সংবাদমেল।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় অসম নাগৰিক সমাজৰ এক সংবাদমেল।সংবাদমেলখন সম্বোধন কৰে সভাপতি অজিত কুমাৰ ভূঞা।পেগাছাচ ছফটৱেৰ সন্দৰ্ভত আলোচনা কৰা হয় উক্ত সংবাদমেলখনত।

Read more
Back To Top