skip to Main Content

অসম গৰীয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত


অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয়
দিছপুৰ প্ৰেছ ক্লাৱত।মুখ্য মন্ত্ৰীক ধন্যবাদ দুই পৰিষদৰ।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমান সকলৰ সংজ্ঞা স্পর্কত লোৱা পদক্ষেপক শলাগ জনাইছে।
কিন্তু
গৰিয়া সকলৰ বুৰঞ্জীৰ বিষয়ে সঠিক ৰূপত সন্নিবিষ্ট নহ’ল মুখ্যমন্ত্ৰীক প্ৰদান কৰা sub report ত।
Sub Committee ৰ report ত গৰিয়া সকলৰ বিষয়ে ভুল তথ্য প্ৰকাশ কৰা হৈছে।
বহু কেইটা আপত্তিজনক শব্দ প্ৰয়োগ কৰা হৈছে অসমীয়া মুছলমানৰ বুৰঞ্জীৰ কলমত।
Chapter 2
Page No 6
Indigenous Assamese Muslims A Brief Story শীৰ্ষক কলমত গৰিয়া সকলৰ বিষয়ে ভুল বাখ্যা কৰাৰ অভিযোগ অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদৰ।

Back To Top