A criminal has succumbed to his injuries after facing the heat of angry locals at…
চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি কৰিলে বিপদ নিশ্চিত।আপোনাৰ এটা ফোন কলত জেললৈ যাব দুৰ্নীতিগ্ৰস্ত বিষয়া
চৰকাৰী কৰ্মচাৰীয়ে আপোনাৰ পৰা কাম কৰাৰ বিনিময়ত ধন বিচাৰিছে নেকি?যদি আপোনাৰ পৰা ধন বিচাৰে তেনেহ’লে তাৎক্ষণিকভাৱে ফোন কৰক এটা বিশেষ নম্বৰত।আপোনাৰ এটা ফোন কলতে জেললৈ যাব দুৰ্নীতিগ্ৰস্ত বিষয়া।মুকলি কৰা হৈছে অভিযোগৰ নম্বৰ।6026901243 নম্বৰত ফোন অথবা হোৱাটছ এপৰ জৰিয়তে কৰিব পাৰিব অভিযোগ।দুৰ্নীতি ৰোধ কৰাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ।