skip to Main Content

মাক্স নিপিন্ধা লোকে ভৰিব লাগিব ১০০০ কৈ টকা


প্ৰশাসনৰ নতুন নিয়ম,মাক্স নিপিন্ধা লোকে ভৰিব লাগিব ১০০০ কৈ টকা।মাক্স নিপিন্ধা লোকক গাড়ীত নুঠাবলৈ আহ্বান প্ৰশাসনৰ।দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণৰ বাবে এই সিদ্ধান্ত ৰাজ্য় চৰকাৰৰ।

Back To Top