Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
দীৰ্ঘদিনৰ অন্তত খোল খালে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান
আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে স্বাভাৱিক জনজীৱন।খোল খালে শিক্ষানুষ্ঠানত ।ৰাজ্যত আজিৰে পৰা নাথাকিব কোভিডৰ কোনোধৰণৰ বাধা নিষেধ।মাস্ক পিন্ধা, সামাজিক দূৰত্ব, ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক। তাৰ বাহিৰে নাথাকিব কোনো নিষেধাজ্ঞা। দুপালি ভেকচিন নোলোৱা লোকৰ বাবে ৰাজহুৱা স্থানত প্ৰৱেশ নিষেধ। দুপালি ভেকচিন লোৱা চাৰ্টিফিকেট ৰাজহুৱা স্থানত দেখুওৱা বাধ্যতামূলক।