Skip to content

দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ।২৪ ঘন্টাত আক্ৰান্ত ৯০ হাজাৰৰো অধিক


দেশত ভয়াবহ ৰূপত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ।২৪ ঘন্টাত আক্ৰান্ত ৯০ হাজাৰৰো অধিক।যোৱাকালিৰ দিনটোত বৃদ্ধি পাইছে ৫৬.৫ শতাংশ লোক।ক’ভিডৰ লগতে সমানে বৃদ্ধি পাইছে অমিক্ৰণৰ সংখ্যা।দেশত ২২০০ৰো অধিক লোক আক্ৰান্ত ক’ভিডত।

Back To Top