Skip to content

নিশা মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনা। ২১ গৰাকী যাত্ৰীসহ ৰিংদি নদীত বাগৰিল মেঘালয় পৰিবহণ বিভাগৰ বাছ। পূব গাৰো পাহাৰ জিলাত সংঘটিত হয় দুৰ্ঘটনাটো। বাছখন তুৰাৰ পৰা শ্বিলঙলৈ আহি থকা অৱস্থাত এই শোকাৱহ ঘটনা। দুৰ্ঘটনাত বাছখনত থকা ৬ গৰাকীকৈ যাত্ৰীৰ মৃত্যু হয়।

Back To Top