A massive landslide in Himachal Pradesh's Kullu district today destroyed several houses with many people…
ভাৰতীয় নৌসেনাৰ যুঁজাৰু জাহাজ ৰণবিজয়ত অগ্নিকাণ্ড
ভাৰতীয় নৌসেনাৰ যুঁজাৰু জাহাজ ৰণবিজয়ত অগ্নিকাণ্ডৰ ঘটনা।অগ্নিকাণ্ডত গুৰুত্বৰ ভাৱে আহত জাহাজৰ ভিতৰত থকা ৪ জন নৌসেনা।আহত সকলক ভৰ্তি কৰোৱা হৈছে INHS কল্যাণ হাস্পাতালত।অগ্নিকাণ্ডৰ সময়ত বিশাখাপত্তনম বন্দৰত আছিল যুঁজাৰু জাহাজ খন ।শনিবাৰে বিয়লি ৫.৩০ বজাত সংঘটিত হৈছিল এই ঘটনা।ঘটনাকলৈ তৎপৰ হৈছে বিভাগটো, ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত।