Skip to content

ভেকচিন নোলোৱা লোক সকল সাৱধান।ভেকচিন নললে নাপাব দৰমহা।

ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে সৰৱ ৰাজ্য চৰকাৰ।আজিৰে পৰা প্ৰযোজ্য হ’ল No Vaccine No Entry।আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ’ল ভেকচিন নোলোৱা লোকসকলৰ বাবে নতুন ক’ভিড বিধি।ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

Back To Top