Skip to content

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন লাভলীনাৰ

মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন লাভলীনাৰ। ডিচেম্বৰ মাহত অনুষ্ঠিত হ’ব বিশ্ব বক্সিং চেম্পিয়নশ্বিপ। যোগ্যতা অজৰ্নৰ পাছতেই বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াক ধন্যবাদ লাভলীনাৰ।

Back To Top