skip to Main Content

সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন শিৱ থাপাৰ

  • Sport

অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই। কৰ্ণাটকৰ বিলেৰীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অৰ্জুন বটা বিজয়ী শিৱ থাপাই।

Back To Top